Insurance.axom

Insurance.axom

Share

Bike Car Health Insurance

22/05/2026

EMI ত Health Insurance লোৱাৰ আগতে এই কথা জানি লওক
বহু মানুহে সহজ বুলি ভাবি EMI ত Health Insurance লয়।
কিন্তু বহু ক্ষেত্ৰত Claim ৰ সময়ত Company বা Finance Partner এ বাকী থকা EMI/Premium আগতেই পৰিশোধ কৰিবলৈ ক’ব পাৰে।
অৰ্থাৎ —
যদি Policy চলি থকা সময়ত Hospitalization হয় আৰু কিছুমান EMI বাকী থাকে, তেন্তে Claim Process ৰ আগতে সেই Due Amount ক্লিয়াৰ কৰিব লগা হ’ব পাৰে।
সেয়ে Policy লোৱাৰ আগতে এই বিষয়বোৰ ভালদৰে বুজি লোৱা অতি প্রয়োজনীয়।
✔️ EMI Miss হ’লে কি হ’ব?
✔️ Claim ৰ সময়ত বাকী Premium দিব লাগিব নেকি?
✔️ Policy Active থাকিব নেকি?
এই সকলো কথা জানি লৈহে Insurance লোৱা উচিত।
Health Insurance মানে কেৱল Policy নহয় — সঠিক Financial Planning।
✅ সঠিক Health Insurance ৰ বাবে যোগাযোগ কৰক।
📞 Contact - 7002341748

14/05/2026

゚viralシ

12/05/2026

゚viralシ

10/05/2026
10/05/2026

3rd party Insurance ???

゚viralシ

08/05/2026

゚viralシ

28/04/2026

゚viralシ

25/04/2026

BIKE SCOOTY INSURACE PRICES WILL INCREASE FROM
01.05.2026

23/04/2026

゚viralシ

Want your business to be the top-listed Finance Company in Guwahati?
Click here to claim your Sponsored Listing.

Website

Address

Kukurmara
Guwahati
781134