Rajib Sharma
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rajib Sharma, AGIA, Goalpara.
06/08/2024
মুক্ত বাংলাদেশ
18/09/2023
আছে যদি সাৱধান
06/05/2023
বিদেশত আপোন মানুহ
17/03/2023
কেন্দ্ৰীয় কেবিনেটে আজি নতুন শিক্ষা নীতি মঞ্জুৰ কৰিলে ।
দশম শ্ৰেণী বৰ্ড পৰীক্ষা বন্ধ৷
M.Phil বন্ধ ৷
এয়া ৩৬বছৰ পিছত দেশত নতুন শিক্ষা নীতি কাৰ্যকৰী
কৰা হ’ল ৷
এতিয়াঃ
1. Nursery @4 Years
2. Jr KG @5 Years
3. Sr KG @6 Years
4. Std 1st @7 Years
5. Std 2nd @8 years
6. Std 3rd @9 Years
7. Std 4th @10 Years
8. Std 5th @11 Years
9. Std 6th @12 Years
10.Std 7th @13 Years
11.Std 8th @14 Years
12.Std 9th @15 Years
13.Std SSC @16 Years
14.Std FYJC
15.STD SYJC @18 Years
এতিয়াৰপৰা কেৱল 12ৰ শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা ৷ কলেজৰ ডিগ্ৰী ৪বছৰ ৷ ৫ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত শিক্ষা ৷( স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়ুৱাব লাগিব )৷ বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় লব লাগিব।
নবমৰপৰা দ্বাদশলৈ চেমেষ্টাৰ হ’ব৷
৩বছৰত ডিগ্ৰী তেওঁলেকে পাব যিবোৰ শিক্ষাৰ্থী উচ্চ শিক্ষা লব নিবিচাৰে । সেইবিলাক শিক্ষাৰ্থীয়ে ৪বছৰ ডিগ্ৰী হ'লে সেই ১বছৰতে M.A কৰিব পাৰিব।M.A. ছাত্ৰই এতিয়া পোনপটীয়াকৈ PhD কৰিব পাৰিব।
উচ্চ শিক্ষাতো বিশেষ পৰিবৰ্তন কৰা হৈছে গ্ৰেড একাডেমিক ফাইনেন্সছিয়েল অট’নমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হ’ব।দেশৰ মুঠ৪৫হাজাৰ কলেজক সাঙুৰি লোৱা হ’ব ৷
19/12/2022
#হাৰ্ট_এটেক_আহাৰ_আগতে প্ৰকাশ পোৱা ৮ টা মুখ্য লক্ষণঃ
হাৰ্ট এটেক অহাৰ এক মাহৰ অগতে আপোনাৰ শৰীৰে আপোনাক কিছুমান বিশেষ লক্ষণ দেখাব। ইয়াৰে ৮ টা প্ৰধান লক্ষণ উল্লেখ কৰা হৈছে।
১. Fatigue / ভাগৰুৱাঃ
খুউব ভাগৰ লাগিব, ক্লান্তি বা অবসাদ ভাব হ’ব, যিটো আপোনি কেতিয়াও অনুভৱ কৰা নাই। অৰ্থাত বিশেষ কোনো শাৰীৰিক কষ্ট নকৰাকৈয়ে হৰ্থাৎ খুউব ভাগৰুৱা যেন অনুভৱ কৰাটো হৰ্ট এটেকৰ আগজাননী হব পাৰে। বিশেষ কৈ মহিলা সকলৰ অগতানুগতিক ক্লান্তি অনুভৱ পুৰুষৰ তুলনাত তুলনামোলক ভাবে বেছি হয়। শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ কাৰণে এনেধৰণৰ হৰ্থাৎ ভাগৰুৱা অনুভৱ হয়। এনে দূৰ্বলতা, ক্লান্তি, অনুভৱ সঘনাই হবলৈ ধৰে আৰু দৈনন্দিন কৰি থকা কিছুমান কাম কৰিবলৈও বহু কষ্ট অনুভৱ হয়।
২. Abdominal pain/ পেটৰ বিষঃ-
পেটৰ বিষ, পেটটো খালী হোৱা যেন অনুভৱ হয়, লগতে বমিৰ ভাব থাকিব। কেতিয়াবা আকৌ পেট ফুলি থকা যেন লাগিব আৰু বমিৰ ভাব থাকিব। অৰ্থাৎ পেটৰ বিষ, পেট উফন্দি থকা যেন অনুভৱ হব, পেট খালী হৈ আছে যেন লাগিব। বমি বমি ভাব আদি লক্ষণ বিলাক যদি সঘনাই হৈ থাকে ই এটা হাৰ্ট এটেকৰ কাৰণ হব পাৰে। এনে ধৰণৰ লক্ষণ সমূহ পুৰুষ-মহিলা উভয়ৰ ক্ষেত্ৰতে একেধৰণে প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়।
৩. Insomnia/Sleeplessness -
অনিদ্ৰা বা নিদ্ৰাহীনতাও হাৰ্ট এটেকৰ এটা লক্ষণ ৰূপে গণ্য কৰা হৈছে। যিটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ পোৱাযায়। মানুহৰ দূচিন্তা বা উৎকণ্ঠাৰ কৰণে নিদ্ৰাহীনতাৰ সৃষ্টি হব পাৰে। যিটো শেষত হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হৈ পৰে। নিদ্ৰা হীনতাৰ কাৰণে ৰোগী ৰাতি সহজতে টোপনি যাব নোৱাৰে আৰু ৰাতিপূৱা বিচনাৰ পৰা উঠাটো বহু কষ্টকৰ হৈ পৰে।
৪. Shortness of breath
উশাহ চুটি চুটি হোৱাটোও হাৰ্ট এটেকৰ আন এটা মুখ্য লক্ষণ। ৰোগীয়ে ভালকৈ উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ কৰে। গৰম উঠিবলৈ ধৰে আৰু চতফটাই থাকে। এই লক্ষণ পুৰুষ মহিলা উভয়ৰে হাৰ্ট এটেক অহা একমাহৰ আগৰ পৰাই
প্ৰকাশ পাব। এনেকুৱা লক্ষণ প্ৰকাশ পালে পলম নকৰি ডাক্তৰৰ উতৰলৈ যোৱাটো অতি আৱশ্যক।
৫. Hair loss
অত্যাধিক চুলিসৰা হাৰ্ট এটেকত দৃষ্টিগোচৰ হোৱা এটা লক্ষণ। এনেধৰণৰ লক্ষণ পুৰুষ সকলৰ মাজত তুলানামূলক ভাবে বেছিকৈ পোৱা যায়। মহিলা সকলৰ মাজত এই লক্ষণ দেখাপোৱা যায় কিন্তু পুৰুষৰ তুলনাত কম।
৬. Irregular heart beat
অনিয়মীয়া হাৰ্ট বিট ও হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হব পাৰে।
৭. Excessive perspiration (sweating)
যিকোনো সময়তে ঘাম উলোৱাও হাৰ্ট এটেকৰ এটা পাৰম্ভিক লক্ষণ। মহিলাৰ মাজত এই লক্ষণ বেছিকৈ দেখা যায়। সৰ্বসাধাৰণতে এনেকুৱা হলে মহিলা সকলে অত্যাধিক গৰম পৰা বুলিয়েই ভাবি লয় বা menopause বা মাহেকীয়া তাৰ কাৰণ বুলি ভাবে। ঘাম অত্যাধিক হয় আৰু ঘামৰ কাৰণে বিচনাচাদৰ সেমেকি যায়।
৮. Chest pain বুকুৰ বিষঃ
বুকুৰ বিষো হাৰ্ট এটেকৰ কাৰণ হব পাৰে। একেৰাহে বুকুৰ বিষ হৈ থকাটো হাৰ্ট এটেকৰ পাৰম্ভিক লক্ষণ। ৩০ % মহিলাৰে বুকুৰ বিষ থকাটো দেখিবলৈ পোৱা যায়। এই লক্ষণ সমূহ প্ৰকাশ পালে ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি সাৱধানতা অৱলম্বন কৰিলে নিশ্চিত বিপদৰ পৰা আপোনি বাচি থাকিব পাৰিব।
Dr Harikanta Das.
Click here to claim your Sponsored Listing.
Contact the school
Telephone
Website
Address
Goalpara
783120
18/09/2023