Ruman

Ruman

Share

Reels

11/06/2026

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ দুৰ্ঘটনা বাইক আৰু ই-ৰিক্সাৰ মুখামুখি সংঘর্ষ থিতাতে নিহত এগৰাকী ছাত্ৰী নিহত গোটলং গাঁৱৰ ছহিদা বেগম।

11/06/2026

ঘোষণা হ'ল এদিনীয়া বিশ্বকাপ ২০২৭ৰ দিন ৪ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিশ্বকাপৰ মহাৰণ দক্ষিণ আফ্রিকা, জিম্বাবৱে আৰু নামিবিয়াত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ।

11/06/2026
11/06/2026

👏 মাজুলীৰ পুলিচক Salut 👏

মাজুলী প্ৰশাসনে 15 লাখ টকাৰ অবৈধ বিলাতী সুৰা ধ্বংস কৰিলে।
ৰাইজৰ ঘৰ-ঘৰ ভাঙি যোৱাৰ পৰা বাচিল।

GLP LOCAL NS-এ গোৰালপাৰাৰ পুলিচকো অনুৰোধ জনাইছো -
এনেকুৱা কঠোৰ অভিযান আমাৰ জিলাতো হওক।

গোৰালপাৰাৰ যুৱকক বচাবলৈ, পৰিয়াল ভাঙি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ
এই অভিযানৰ প্ৰয়োজন।

মাজুলীৰ দৰে অভিযান গোৰালপাৰাত হ'ব লাগে নে? YES/NO লিখক 👇

09/06/2026

১৪ মে' তাৰিখে গোৰালপাৰা ষ্টেট বেংক অফ ইণ্ডিয়া বজাৰ শাখাত সংঘটিত চুৰিকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে অভিযুক্তৰ পৰা চুৰি কৰা সামগ্ৰীৰ লগতে চুৰিত ব্যৱহৃত বিভিন্ন সঁজুলি জব্দ কৰে।ব্যক্তিজনৰ নাম হিফজুল ৰহমান।

Want your public figure to be the top-listed Public Figure in Goalpara?
Click here to claim your Sponsored Listing.

Category

Website

Address

Goalpara