APSC Tutorials

APSC Tutorials

Share

Welcome to APSC Tutorials. We provide online materials for various competitive exams (APSC,SSC,ADRE)

25/05/2026

ADRE 3.0 ৰ পৰীক্ষা দিম বুলি ভাৱি আছে নেকি?
অহা সপ্তাহৰ পৰা আমাৰ Full Syllabus ৰ নতুন Batch এটা আৰম্ভ হব। Join হব বিচাৰিলে লিংক দিয়া আছে মেচেজ কৰক। 👇

25/05/2026

আহোম ৰাজ্যৰ আটাইতকৈ কম দিন শাসন কৰা ৰজা জনৰ নাম কি?

23/05/2026

ADRE 3.0 ৰ বাবে ভাল দৰে পঢ়িম পঢ়িম বুলি ভাৱি আছে নেকি?
অহা সপ্তাহৰ পৰা আমাৰ Full Syllabus ৰ নতুন Batch এটা আৰম্ভ হব। Join হব বিচাৰিলে লিংক দিয়া আছে মেচেজ কৰক। 👇

23/05/2026

অসমৰ আটাইতকৈ সৰু জিলা খনৰ নাম কি?

Photos from APSC Tutorials's post 22/05/2026

এই কথা বোৰেৰে জুবিন দাৰ আদৰ্শক জীয়াই ৰাখিব লাগিব। 🥰

21/05/2026

Pre Entry Test For D.el.ed 2026

21/05/2026

আধুনিক ভাৰতৰ পিতৃ বুলি কাক জনা যায়?

21/05/2026

Q. ছাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল?

21/05/2026

Q.'ইউনিভাৰ্চেল ড'নাৰ' বুলি তেজৰ কোনটো গ্ৰুপক কোৱা হয়?

14/05/2026

এইবাৰ চৰকাৰে ২লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। হয়টো ইয়াৰ পিচত অসমত বহু বছৰলৈ চাকৰি নাহিব।গতিকে অলপ বেছি কষ্ট কৰি পঢ়া।
ADRE 3.0 বাবে Online Class কৰিব বিচাৰিলে মেচেজ কৰক 👇

13/05/2026

🚨আহি আছে ADRE 3.O
👉বিভিন্ন বিভাগত ৰাজ্যত ওলাব ২ লাখ চাকৰি
👉চাকৰিৰ বাবে টাস্ক ফৰ্চ গঠন
👉প্ৰথম কেবিনেটত এই সিদ্ধান্ত

Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


NH-15
Guwahati