Filmi Axom
Thanks for supporting... ❤️ Love you all ❤️
• আমাৰ ফেচবুক পেজ Filmy Axom লৈ আপোনাক স্বাগতম
• Short, Simple, To the point = Entertaining.😆
• You will get Reviews and Facts about Movies, Series and Shows here in Assamese.
16/10/2025
💔
জুবিন গাৰ্গ — কেৱল এজন শিল্পী নহয়, তেওঁ আমাৰ প্ৰাণ, আমাৰ অভিমান, আমাৰ অসমীয়াত্বৰ প্ৰতীক।
তেওঁৰ গীতত আছে জীৱনৰ স্পন্দন, বিদ্ৰোহৰ জোঁক, প্রেমৰ কণ্ঠ। আজিৰ দিনত যেতিয়া তেনে এজন মানুহ অন্যায়ৰ সন্মুখীন হৈছে, আমাৰ নিৰৱতা পাপ হব।
তেওঁ সকলো সময়ত অসমবাসীৰ বাবে কণ্ঠ তুলিছে —
কেতিয়াবা সমাজৰ অন্যায়ৰ বিৰুদ্ধে,
কেতিয়াবা সংস্কৃতিৰ সুৰক্ষা বাবে,
আৰু কেতিয়াবা নিঃস্ব, অবহেলিতজনৰ বাবে।
আজিৰ দিনত আমাৰ পালা, তেওঁৰ বাবে কণ্ঠ তোলাৰ।
জুবিন গাৰ্গ কেৱল এজন নাম নহয় — তেওঁ এটা অনুভৱ, এটা প্ৰতিশ্ৰুতি, এটা অসম।
🙏 আসোন, সকলোয়ে একবাৰকৈ আওয়াজ তোলোঁ —
আমাৰ শিল্পী, আমাৰ গৌৰৱৰ বাবে ন্যায় চাইছোঁ!
✊
✊
✊
✊
ফোনকলৰ settings কেনেকৈ ঠিক কৰিব ?
"Bhaimon Da Movie Box Office Collection Hit Or Flop? | Assamese Film 2025 | Total Earnings & Verdict"
📊 OFFICIAL BOX OFFICE REPORT:
Bhaimon Da has collected ₹______ in its opening week! But is it enough?
👉 FULL BREAKDOWN:
✔️ Day-wise Collections
✔️ Budget vs Profit
✔️ Audience Verdict
✔️ Final Hit/Flop Status
💬 COMMENT BELOW: Did YOU watch Bhaimon Da? Rate it out of 5! ⭐⭐⭐⭐⭐
🔔 Turn on POST NOTIFICATIONS for more Assamese movie updates!
Roi Roi Binale Trailer | ৰৈ ৰৈ বিনালে | Roi Roi Binale by Zubeen Garg ,acharjya, Neel akaash, zublee
চিকাৰ চিনেমা খনে আজিলৈকে কিমান টকা পালে ( Sikaar box Office Collection )
Sikaar Movie Review | Sikar Review | Sikaar Zubeen | zubeen garg sikaar movie
Sikaar movie FAST REVIEW ❤️
Sikaar Zubeen - ( চিকাৰ ) Zubeen Garg sikaar movie in 20th September 2024 চিকাৰ চিনেমা
Click here to claim your Sponsored Listing.