TIME8 Assamese
TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India.
TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists. Today, TIME8 is a household name having millions of followers across the North-East on different digital platforms.
ছয় মাইলত ভয়ংকৰ কাণ্ড! পাঞ্জাবাৰী ৰোডস্থিত এখন ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা। ছিলিণ্ডাৰৰ বাবে কেইবা লক্ষাধিক টকাৰ সম্পত্তি নোহোৱা হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি
মুছলমান মহিলাক বন্দে মাতৰম ক’বলৈ বাধ্য কৰিলে বিজেপি বিধায়কে। 'ভাৰতীয় হ’লে দেশপ্ৰেমৰ ধ্বনি দিয়াত আপত্তি কিহৰ ?'
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই দেশবাসীলৈ বিশেষ আহ্বান নাৰায়ণপুৰৰ বৃক্ষবন্ধু লীলা হাজৰিকাৰ।
📌আজি শপত ল’ব ১২ গৰাকী নতুন মন্ত্ৰীয়ে। জয়ন্ত মল্ল বৰুৱাই অসম মন্ত্ৰীসভাত স্থান লাভ কৰাত উফুল্লিত নলবাৰী বিজেপি কৰ্মীসকল । খানাপাৰাৰ শপত গ্ৰহণলৈ বাছেৰে দলে বলে ওলাল বিজেপি কৰ্মীসকল।
APDCLৰ বৃহৎ লোকচানৰ বোজা এতিয়া গ্ৰাহকৰ ওপৰত। গোপনে APDCLৰ মাচুল বৃদ্ধি ! কোন মাহত কিমান কাঢ়িব আপোনাৰ পকেটৰ পৰা ?
আজিৰ বিশ্ব পৰিৱেশ দিৱস । ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ আজি ডিব্ৰুগড়ৰ বিভিন্ন স্থানতো বিশ্ব পৰিৱেশ উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ছল্টব্ৰক স্কুলৰ ছাত্ৰ - ছাত্ৰীসকলেও বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি চহৰখনত এক সজাগতা ৰেলীৰ বাহিৰ কৰে ।
অৱশেষত ইৰানৰ ওচৰত নৰম ট্ৰাম্প। ইৰানৰ ছুপ্ৰিম লিডাৰক মই বহুত সন্মান কৰোঁ। তেওঁ মোক পচন্দ নকৰিব পাৰে, কিন্তু মোৰ মতে তেওঁ এজন অতি প্ৰফেচনেল ব্যক্তি। ইৰানৰ ছুপ্ৰিম লিডাৰক প্ৰশংসা ট্ৰাম্পৰ।
উৎপল ❤️❤️❤️
তিনিটা প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী আৰু সময়ে গৰকা এটা কাহিনী।
ককাদেউতা নাতি আৰু হাতী -২, অহা ৩ জুলাইত।
05/06/2026
ভাৰতৰ সমৰ্থনত আমেৰিকাক তীব্ৰ সমালোচনা পুটিনৰ-
মন্ত্ৰীত্বৰ দায়িত্বলৈ যোৱাৰ পূৰ্বে পৰিৱেশ সংৰক্ষণৰ বাৰ্তা! বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মঙলদৈৰ ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল ক্ষেত্ৰত নাহৰ গছৰ পুলি ৰোপণ কৰিলে নীলিমা দেৱীয়ে।
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Gauhati
781005