Point Blank

Point Blank

Share

From a journalistic view...

06/05/2026

*ন-দুৱাৰে এইবাৰ মন্ত্ৰীত্বৰ সোৱাদ পাবনে ?
*বিধায়ক পদ্ম হাজৰিকাই স্থান পাবনে নতুন মন্ত্ৰীসভাত ?
*Point Blank ৰে হোৱা সাক্ষাৎকাৰত নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীত্ব সন্দৰ্ভত কি কৈছিল পদ্ম হাজৰিকাই ?

03/05/2026

*মঞ্চত আছে জুবিনৰ বাদ্যযন্ত্ৰী, কিন্তু নাই জুবিন
*'যন্ত্ৰ'ৰ লগত অনুষ্ঠানলৈ গৈ কি অনুভৱ হয় গৰিমাৰ ?
*কি ক'লে গৰিমাই জুবিনৰ বাদ্যযন্ত্ৰীৰ বেণ্ড 'যন্ত্ৰ' সন্দৰ্ভত ?

03/05/2026

বহুকেইটা চুটি সাক্ষাৎকাৰ দৰ্শকে আদৰি লোৱাৰ পিছত গৰিমা গাৰ্গৰ সম্পূৰ্ণ সাক্ষাৎকাৰটো ইউটিউবত উপলব্ধ কৰালোঁ। তলত দিয়া লিংকত ক্লিক কৰি সাক্ষাৎকাৰটো উপভোগ কৰিব বুলি আশা কৰিলো,লগতে অনুগ্ৰহ কৰি আমাৰ নতুন ইউটিউব চেনেলটো Subscribe কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমটো প'ডকাষ্ট জুবিন পত্নী গৰিমাৰ।
https://youtu.be/fIvJlwA3oAY?si=dZsi-U5x1eCPyCU8

27/04/2026

*জুবিন গাৰ্গে কিমান খবৰ ৰাখিছিল পৰিয়ালৰ?
*ঘৰুৱা দায়িত্ব জুবিন গাৰ্গে লৈছিলনে ?
*জুবিনৰ ঘৰুৱা সহায়ক অৰুণ গাৰ্গে কি ক'লে শুনক...

26/04/2026

🙏🙏

24/04/2026

আকৌ এবাৰ ধন্যবাদ সকলোকে 🙏

24/04/2026

*কিয় বাৰে বাৰে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে গৰিমা গাৰ্গ ?
*কেতিয়াবা কিয় ঘৰত দুৱাৰ খিৰিকি বন্ধ কৰি সোমাই থাকিবলগীয়া হয় গৰিমাই ?

22/04/2026

Thank you our esteemed viewers☺️🙏

21/04/2026

*জুবিনৰ খবৰটো পাই চৌদিশে হুৱাদুৱা, দিকবিদিক হেৰুৱালে গৰিমা গাৰ্গে
*মেনেজাৰ সিদ্ধাৰ্থক ঘৰলৈ আহিবলৈ দিবলৈ অনুৰোধ জনাই হঠাৎ গৰিমাই দিয়া ভিডিঅ'বাৰ্তাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে
*কিন্তু কিয় সেই ভিডিঅ'বাৰ্তা দিব লগীয়া হৈছিল গৰিমা গাৰ্গে ?
*সিদ্ধাৰ্থ,শেখৰ,শ্যামকানু,অমৃতপ্ৰভা সন্দৰ্ভত গৰিমাই কি ক'লে?

সম্পূৰ্ণ অনুষ্ঠানটোৰ লিংক: https://youtu.be/fIvJlwA3oAY?si=07jRiExendug8zxE

21/04/2026

অৰুণাচলৰ চেপাৰ অনুষ্ঠানৰ পৰা ওভতাৰ পথত ভোক লাগিছিল অৰুণৰ। বাটত এখন বিয়া দেখি হঠাৎ সোমাই অচিনাকি নমতা বিয়াখনত নিজেও তৃপ্তিৰে খোৱাৰ লগতে অৰুণকো খুৱাই আনিছিল জুবিন গাৰ্গে।

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Website

Address

Gauhati
781003