Mridusmita and Raj
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mridusmita and Raj, Public Figure, Guwahati, Guwahati.
11/06/2026
আপোনালোকে গালি শপনি পাৰি থাকক আৰু আমি এনেকৈ সন্মান বুটলি লৈ যাম জয় শ্ৰী ৰাম
মোক বহুতে কয় বুঢ়ী বুলি কিন্তু দেখাত চাওঁক এতিয়াও10 বছৰীয়া হৈ আছোঁ কোন হয় ধৰিব পাৰিছে নে
জুবিন দাৰ নামত এতিয়াও কিয় চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হোৱা নাই অসমত ষট্ পূজাৰ important আছে নে ???
কি শান্তি পাইছো জীৱনটোত নিজৰাৰ পানীৰে গা ধুই 🙏🙏
10/06/2026
হাতীয়ে ৰাস্তাত খোজ কাঢ়িলে বাটৰুৱা কুকুৰে ভুকিবই আৰু কামুৰিও দিব পাৰে কিন্তু ভয় নকৰোঁ মনত সIহক গোটাই আগুৱাই যাম জয় শ্ৰী ৰাম লগতে youtuber হিচাপে সন্মান লৈ যাম
মামা ও অ মামা 🤣🤣🤣
এই video টো মাৰোৱাৰী আৰু বিহাৰীসকলৰ বাবে এখন জংঘলত বহুত জীৱ-জন্তু থাকে কিন্তু সকলো ৰজা নহয় ৰজা কোন হয় জানে নে বাঘ ঠিক তেনেদৰে অসমত অসমীয়াসকল ৰজা KING
Click here to claim your Sponsored Listing.
Category
Website
Address
Guwahati
Guwahati
781025