TICS Computer Education.
This is Computer Education Related Page
05/03/2026
Free ত শিকিব পাৰিব Computer 🔥॥ TICS Sualkuchi ॥ Computer Institute ॥ Assamese Vlog ॥ Zubeen Vlogs TICS Head office Address:Sualkuchi Medical Chowk, Kalpataru Bibah Bhawan Building, Ground floor, Dist: Kamrup(Assam), Pin: 781103.Sub Branchs are: Bezera, Si...
12/11/2025
আজি Mr.Pranjal Rajbongshi ক আনুষ্টানিক ভাৱে TICS ত As a Assistant Faculty হিচাপে নিযুক্তী প্ৰদান কৰা হ’য়, আমি সমূহ TICS ৰ পৰিয়ালবৰ্গই Mr. Pranjal Rajbongshi ডাঙৰীয়াৰ উজ্বল ভৱিষ্যত কামনা কৰিছো লগতে তেওৰ শিক্ষন প্ৰদ্ধতীৰ জৰিয়তে তেও TICS ক যাতে আৰু এখোজ আগুৱাই লৈ যাব পাৰে সেইতো য়ে তেওৰ পৰা আমি কামনা কৰিছো ।
Regards,
Sanjay Nath
Director, TICSCOM Edutech Pvt. Ltd
09/09/2025
আজি ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ *TICS, Ramdia* শাখাত *Internship* Complete কৰা ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি আনুষ্টানিক Certificate Distribute কৰা হ’য়, এই সময়ছোৱাত আমাক সহায়-সহযোগ কৰা ৰামদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ *Dr. Biswajit Das* মহোদয় তথা Deprt. Head of Economics *Dr. Satyabati Medhi* মেমক অলেষ ধন্যবাদ যাচিছো , অনাগত দিনত আমি আৰু ছাত্ৰ-ছাত্ৰী হকে কাম কৰি যাম তাৰবাবে আমাক সকলোৰে পৰা মৰম আৰু আৰ্শীবাদৰ বহুতে প্ৰয়োজন আমি সকলো সদাশয় ব্যক্তিৰ পৰা তাকেই কামনা কৰিছো ।
With Regards,
Sanjay Nath
Director
*TICSCOM Edutech Pvt Ltd*
05/09/2025
Congratulations Mr. Rajib Kalita(Designation : Centre Head & Faculty, TICS Ramdia Branch) Yor are Awarded the ‘TICS Best Employee ’ Award’ 2025-26.
TICS Computer Education.
05/09/2025
Congratulations Miss. Champa Haloi(Designation :Faculty, TICS Sualkuchi Branch) Yor are Awarded the ‘TICS Best Faculty ’ Award 2025-26.
TICS Computer Education.
Champa Haloi
05/09/2025
Congratulations Mr.Jyotiprasad Das (Designation :Centre Head & Faculty, TICS Singimari Branch) Yor are Awarded the ‘TICS Best Centre Head’ Award 2025-26.
TICS Computer Education.
Jyotiprasad Das
22/07/2025
Congratulations to All..
14/04/2025
যোৱা ৮/৪/২০২৫ তাৰিখে TICS , শুৱালকুছি শাখাত হৈ যোৱা বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত Top 10 ছাত্ৰ-ছাত্ৰীক TICS ৰ তৰফৰপৰা Rank Holder Certificate আৰু লগতে কিছু Gift Hamper প্ৰদান কৰা হ’য়, এনেকৈ যাতে তেওলোকে সকলো ক্ষেত্ৰতে আগবাঢি যাব পাৰে তাৰবাবে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে TICS য়ে যি পাৰে কৰি যাব বুলি সদায়ে দায়বদ্ধ ।
অৱশেষত সকলো ছাত্ৰ-ছাত্ৰীৰে উজ্বল ভৱিষ্যত কামনা কৰিছো ।
31/12/2024
Happy New Year to All ..
07/09/2024
Best Centre Head Award 2024 goes to Mr.Jyotiprasad Das.
Click here to claim your Sponsored Listing.
Category
Contact the school
Telephone
Website
Address
Sualkuchi Medical Chowk
Guwahati
781103
Opening Hours
| Monday | 8am - 7pm |
| Tuesday | 8am - 7pm |
| Wednesday | 8am - 7pm |
| Thursday | 8am - 7pm |
| Friday | 8am - 7pm |
| Saturday | 8am - 7pm |