Dilip Deka Collection
Cultural Activist
গাৱঁৰ ঘৰে ঘৰে হুঁচৰি
নাই একো আধুনিকতা
এয়াই আমাৰ পৰম্পৰা
১১, মে ২০২৪
520 নং দগীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ (মই অআকখ শিকা) সৰস্বতী পূজা উদ্যাপনৰ একাংশ (১৪ ফেব্ৰুৱাৰী ২০২৪)
নমিতা কলিতাৰ হৰিনাম
পূজাৰ বতৰ
আহক এটি সুমধুৰ গীত শুনো
শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ তিথি উদ্যাপনৰ এক শৰণ ধৰ্মালোচনী সভাৰ আৰম্ভণি গীত
স্থান - শলগুৰি সত্ৰ, নগাঁও (ভকতপাৰা), ১ অক্টোবৰ, ২০২৩, দেওবাৰ
শলগুৰি সত্ৰ নগাঁও ভকতপাৰাত (দৰং, অসম) ১ অক্টোবৰ, দেওবাৰে শংকৰদেৱৰ জন্মোৎসৱ অনুস্থানৰ সন্ধিয়া শংকৰদেৱ কৃষ্টি সংঘৰ দ্বাৰা পৰিচালিত সত্ৰীয়া নৃত্যৰ অনুস্থানৰ একাংশ ৷
গুৱাহাটী মহানগৰীৰ এটি ব্যস্ত সময়ত হঠাতে নাগাৰা নামৰ শব্দ শুনি আগুৱাই গলোঁ আৰু গৈ দেখিলোঁ সুন্দৰ হৰিনামৰ অনুস্থান ৷ নামৰ শেষত আপ্লুত হৈ বহুজনে পুৰস্কৃত কৰিছে আৰু মইও সামান্য আগবঢ়ালোঁ লগতে নকৈ নোৱাৰিলো যে “আপোনালোকে যি হৰিনাম উপভোগ কৰি আছে এই নাগাৰা নামৰ সৃষ্টি মোৰ জন্মস্থান দৰং জিলাৰ খটৰাতে হয়” আৰু আমি গৌৰৱবোধ কৰিছোঁ ৷ লগতে গোৰেশ্বৰৰ পাঠক ইলা ৰাজবংশীলৈ ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা যাচিলোঁ ।
Click here to claim your Sponsored Listing.
Category
Website
Address
Darrang