Rabbul Islam

Rabbul Islam

Share

কৰ্মই আৱিষ্কাৰৰ মূল।

23/04/2025

🖤


The Ancient 4,500-Year-Old Tunic at the Egyptian Museum.

12/07/2024

মহিলাদের চেয়ে!
পুরুষের লজ্জা বেশী!!

এক বার এক স্কুলে স্থানীয় মহিলারা একটি সাধারণ সভার আয়োজন করেছিলেন। সেখানে কথা বলতে যেয়ে এক মহিলা বলেছিল যে, "মহিলাদের চেয়ে পুরুষের লজ্জা বেশী।"

কথাটা শেষ করতে না করতেই একজন ভদ্রমহিলা উঠে দাঁড়ালেন। প্রতিবাদের সুরে বললেন, 'আপা, আপনার কথাটা মানতে পারলাম না। পুরুষ মানুষের আবার লজ্জা দেখলেন কোথায়? ওরা তো বেশরম- বেলাজ।

প্রথম মহিলা দ্বিতীয় মহিলার বক্তৃতা থামিয়ে বললো আপা, আপনি কি করেন? তিনি বললেন এই স্কুলে শিক্ষকতা করি। প্রথম মহিলা বললো, কয়জন পুরুষ আর কয়জন মহিলা শিক্ষক আছেন এই স্কুলে?
তিনি বলেন, আমরা সমান সমান। চার জন পুরুষ চার জন মহিলা। হাসি মুখে উত্তর দিলেন ভদ্রমহিলা।

প্রথম মহিলা বললো, আপা আপনি কি কোন দিন আপনার পুরুষ সহকর্মীদের পেট-পিঠ দেখেছেন? "ভদ্রমহিলা ভ্রু কুচকে তাকালেন। বললেন তার মানে?

প্রথম মহিলা বললো "দেহ প্রদর্শন করা নির্লজ্জতা। কিন্তু এই কাজটা সাধারণত পুরুষেরা করেনা। আপনার যদি কখনো ইচ্ছে হয়, আপনার কোন পুরুষ সহকর্মীর পেট কিংবা পিঠ দেখবেন, তাহলে তাকে ডেকে বলতে হবে ভাই আপনার শার্ট কিংবা পাঞ্জাবীটা একটু উপরে তুলুন তো, আমি আপনার পেঠ কিংবা পিঠ তা একটু দেখব। সেই ভাই তখন নির্ঘাত আপনাকে পাগল মনে করবে।

আর আপনার পেট-পিঠ কতভাবে কত এ্যাংগেলে কত শত পুরুষ- মহিলা দেখছে তার কি কোন হিসাব আছে?

#পুরুষেরা পেট পিঠ বের করা পোষাক পরে বাইরে কিংবা অফিস-আদালতে যাবে না, এটা তাদের স্বাভাবিক লজ্জা। যা থাকা উচিত ছিল মেয়েদের।
অথচ মেয়েরা কিভাবে গলাটা আর একটু বড় করে কাঁধ এবং বুকের উপরি অংশ বের করা যাবে, কিভাবে জামার হাতার উপরি অংশ কেটে মাসেল দেখানো যাবে- সেই চেষ্টা করে।

#লজ্জাহীনতা মেয়েদের অস্থিমজ্জায় এমনভাবে ঢুকে গেছে যে, এ বিষয়টাকে তারা লজ্জার বিষয় বলে মনেই করে না. (আফসোস) পোস্টটা হয়ত কারো কাছে খারাপ লাগবে। কিন্তু শিক্ষামূলক পোস্ট হিসেবে সবার পড়া এবং শেয়ার করার দরকার আছে।

19/05/2024
19/05/2024

সাধাৰণতে মানসিক গঠন অনুসৰি মূলত: ছয় ধৰণৰ ব্যক্তিত্বৰ মানুহ দেখা যায়।

মানসিক গঠন অনুসৰি বহু ধৰণৰ ব্যক্তিত্ব প্ৰকাশ পায়। তেনে ধৰণৰ ব্যক্তিত্বৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:

স্থিতিশীল ব্যক্তিত্ব
স্থিতিশীল ব্যক্তিৰ মন বহুত মজবুত আৰু দৃঢ় হয়। এওঁলোক সহজে ভাঙি নপৰে আৰু মনৰ অস্থিৰতাও কাকো বুজিব নিদিয়ে। অভ্যন্তৰীণ আৰু মানসিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এওঁলোক বহু সজাগ। কোনো কামৰ সফলতাৰ ক্ষেত্ৰতো এওঁলোক বহু সজাগ।

টাইপ এ মানসিকতা

এই মানসিকতাৰ মানুহে বহু ব্যস্ততাত থাকি ভাল পায়। কথা বহু আৰু কামবোৰ কৰে সোনকালে। খোৱাৰ প্ৰতি লোভ থাকে বেছি। কিন্তু বেছিভাগ সময় এটা বিৰোধী মনোভাৱ বা প্ৰতিবাদী মনোভাৱ মনত পোষণ কৰে।

মানসিকভাৱে সহনিৰ্ভৰশীল

এনে ব্যক্তিয়ে প্ৰতিটো কামতে, প্ৰতিটো কথাতে আনৰ সহায় ল’ব বিচাৰে। নিজৰ কৰ্ম বা কথাৰ ওপৰত বিশ্বাস কম থাকে। কিন্তু সহজে সকলোৰে বিশ্বাসী হ’ব পাৰে। আত্ম বলিদানৰো মানসিকতা থাকে এওঁলোকৰ অন্যৰ বিপদ বা প্ৰয়োজনত।

অসহায়তাপূৰ্ণ মানসিকতা

এনে ব্যক্তিৰ আত্মবিশ্বাস খুব কম থাকে। কোনো বেয়া কাম বা ঘটনাৰ বাবে নিজে গভীৰভাৱে দোষ পায় বা কষ্ট পায়। বিভিন্ন ধৰণৰ অলৌকিক প্ৰক্ৰিয়া বা অবাস্তৱ বস্তুৰ প্ৰতি এওঁৰ আকৰ্ষণ থাকে প্ৰবল। ভাগ্যক বহুত বিশ্বাস কৰে। সকলো কামতে দিন বাৰ চাইহে কামত হাত দিয়ে। নহ’লে নকৰে।

টাইপ আৰ মানসিকতা

এই ধৰণৰ মানুহ বৰ চাঞ্চল্যকত স্বভাৱৰ হয়। সকলো সময়তে এওঁলোক ৰোমাঞ্চ ভাল পায়। কোনো কামতে এওঁলোক পিচ হুহুকি নাহে। বিপদসংকুল কাম কৰাৰ প্ৰৱণতা এওঁলোকৰ অহৰহ লাগি থাকে।

নেতিবাচক ব্যক্তিত্ব
মানসিক গঠন এইসকল ব্যক্তিৰ বৰ ভাল কিন্তু মন বৰ কোমল হয় বাবে অলপমান মানসিক চাপ বা আঘাতেই ভাঙি পেলায় এই ব্যক্তিসকলক।

ধীৰু।

30/11/2022

এই পৃথিৱীত মানুহে
মৰমৰ দোকান খোলে
মৰমৰ দোকানত আৱেগৰ কিনা-বেছাত
কত সপোণ কত আশাৰ
সমাধি ঘটে
মানুহবোৰ যন্ত্ৰ আৰু জন্তু
হোৱাৰ পথত
এই সময়ৰ থাকে কঠিন বাঘজৰী
তথাপি অমানুহবোৰেই
পৃথিৱীত আজি মানুহ
আৰু মানুহবোৰ…..??
আশ্ৰমৰ ককা আইতাৰ চকুলোত
অতীতৰ চৰাই এজাক হেৰাই যায়
ৰুমালৰ মাজত
খুন্দি থোৱা তামোলৰ সতে
শুই থাকে সপোণৰ ভাগৰুৱা পখী
শেতা পৰা ছালত নজ্বলে
জীৱনৰ ত্যাগৰ চাকি
তেনেদৰেই অনাথ শিশুৰ
কান্দোনত ওলমি থাকে
মমতাৰ নিশব্দ ছায়া
ক’ত মা ক’ত দেউতা
ক’ত ভৱিষ্যতৰ কবিতা
ভোকৰ আঁচোৰে পেটত বিষ তোলে
কপালত লিখে কৰুণ শূণ্যতা
আজিৰ মানুহ
কংক্ৰিটৰ মানুহ
মংহ আছে হৃদয় নাই
তেজ আছে বিবেক নাই
তথাপি আমি মানুহ
এই জনঅৰণ্যৰ মুখাধাৰী দানৱৰ যজ্ঞথলীত
আমিবোৰ মানুহৰূপী অমানুহ।

Want your public figure to be the top-listed Public Figure in Darrang?
Click here to claim your Sponsored Listing.

Category

Website

Address

Darrang