Political Science

Political Science

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Political Science, Political Party, Barpeta.

07/02/2026

বিধায়ীকা হোৱাৰ আগতেই দুৰ্নীতিৰ গোছৰত হাজিৰা দিবলগীয়া হোৱা ঘটনাটোৱে বহু কথাই স্পষ্ট কৰি দিছে। যিসকলে নিজকে সততা আৰু নৈতিকতাৰ প্ৰতীক বুলি জাহিৰ কৰিছিল, বাস্তৱত তেওঁলোকৰ মুখোশ আজি খুলি পৰিছে। ক্ষমতাৰ সপোন দেখি ৰাজনীতিত ভৰি থোৱা কিছুমান লোকৰ অতীত যে ইমানেই দাগেৰে ভৰা, সেই কথা ৰাইজে হয়তো আগতে উপলব্ধি কৰিব নোৱাৰিছিল।
জনতাৰ আস্থা লৈ ৰাজনীতি কৰোঁ বুলি কোৱা লোকেই যদি দুৰ্নীতিৰ অভিযোগত আদালতৰ দুৱাৰমুখী হ’বলগীয়া হয়, তেন্তে সেই আস্থাৰ ওপৰত গভীৰ আঘাত পৰে।বিধায়ীকা হোৱাৰ আগতেই যদি আইন-আদালতৰ সন্মুখত নিজৰ জৱাবদিহি দিবলগীয়া হয়, তেন্তে ভৱিষ্যতে তেওঁলোকৰ পৰা জনসেৱাৰ আশা কেনেকৈ কৰিব পাৰি—এই প্ৰশ্নটো স্বাভাৱিকতেই উঠি আহে।

Want your organization to be the top-listed Government Service in Barpeta?
Click here to claim your Sponsored Listing.

Culinary Team

Attire

Telephone

Website

Address


Barpeta